শৈৱ মহাসংঘ

শৈৱ মহাসংঘ সনাতন হিন্দু সকলৰ পঞ্চ পন্থাৰ শৈৱ মাৰ্গ অন্যতম।

নীলাচলৰ বুকুত অম্বুবাচী মেলাত বিভিন্ন সাধু- সন্ন্যাসী লগত মত বিনিময় কৰে শৈৱ মহাসংঘৰ এটি সজাতি দল ।
25/06/2023

নীলাচলৰ বুকুত অম্বুবাচী মেলাত বিভিন্ন সাধু- সন্ন্যাসী লগত মত বিনিময় কৰে শৈৱ মহাসংঘৰ এটি সজাতি দল ।

🙏🕉মৰিগাঁও জিলাৰ জিলা সমিতিৰ  আয়োজন ।মৰিগাঁও জিলাৰ জিলা সমিতি গঠনৰ কাৰ্য্যসূচী 22 মাঘ ,5 ফেব্ৰুৱাৰীত স্হাপনা কৰাৰ পুৰ্ণ ...
31/01/2023

🙏🕉মৰিগাঁও জিলাৰ জিলা সমিতিৰ আয়োজন ।
মৰিগাঁও জিলাৰ জিলা সমিতি গঠনৰ কাৰ্য্যসূচী 22 মাঘ ,5 ফেব্ৰুৱাৰীত স্হাপনা কৰাৰ পুৰ্ণ সিদ্ধান্ত সৰ্বসন্মতিক্রমে লোৱা হৈছে ৷ সকলো ভক্ত প্ৰাণ ৰাইজৰ উপস্হিতি কামনা কৰিলো।
স্থান : সাৰ্বজনীন শিব মন্দিৰ
কহুঁৱাআটি মৰিগাঁও( অসম)
সময় পুৱা 9 বজাত

শৈৱ মহাসংঘৰ কাৰ্বি আংলং জিলা সমিতি গঠন ৷ অৰ্ধশতাধিক ভক্তৰে এখন শক্তিশালী কমিতি গঠন কৰা হয়  ।  জয় শৈৱ মহাসংঘৰ 🚩জয় মহাকাল ...
30/01/2023

শৈৱ মহাসংঘৰ কাৰ্বি আংলং
জিলা সমিতি গঠন ৷
অৰ্ধশতাধিক ভক্তৰে এখন শক্তিশালী কমিতি গঠন কৰা হয় ।
জয় শৈৱ মহাসংঘৰ 🚩
জয় মহাকাল 🚩

মৰিগাঁও জিলাৰ জিলা সমিতি গঠনৰ কাৰ্য্যসূচী 22 মাঘ ,5 ফেব্ৰুৱাৰীত স্হাপনা কৰাৰ পুৰ্ণ সিদ্ধান্ত সৰ্বসন্মতিক্রমে লোৱা হৈছে ৷...
25/01/2023

মৰিগাঁও জিলাৰ জিলা সমিতি গঠনৰ কাৰ্য্যসূচী 22 মাঘ ,5 ফেব্ৰুৱাৰীত স্হাপনা কৰাৰ পুৰ্ণ সিদ্ধান্ত সৰ্বসন্মতিক্রমে লোৱা হৈছে ৷ সকলো ভক্ত প্ৰাণ ৰাইজৰ উপস্হিতি কামনা কৰিলো।
স্থান : সাৰ্বজনীন শিব মন্দিৰ
কহুঁৱাআটি মৰিগাঁও( অসম)
সময় পুৱা 9 বজাত

24/01/2023
24/01/2023
শৈৱ মহাসংঘৰ গোলাঘাট জিলা সমিতি স্থাপনা  অনুষ্ঠান---------------------------------------------------শিৱ ভক্তসকলৰ একত্ৰিকৰ...
24/01/2023

শৈৱ মহাসংঘৰ গোলাঘাট জিলা সমিতি স্থাপনা অনুষ্ঠান
---------------------------------------------------
শিৱ ভক্তসকলৰ একত্ৰিকৰণৰ উদ্দেশ্যে যোৱা পঁচিশ ডিচেম্বৰত জন্মলাভ কৰা শৈৱ মহাসংঘৰ জিলা সমিতিসমূহ গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । গৰঙা চাহ বাগিচাৰ শ্ৰীশ্ৰী কালী মন্দিৰ প্ৰাঙ্গণত শৈৱ মহা সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সৌমিত্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত শৈৱ মহা সংঘৰ গোলাঘাট জিলা সমিতিখন গঠন কৰা হয় । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে
গৰঙা চাহ বাগিছাৰ পৰিচালক ৰণ বিজয় প্ৰতাপ সিং , বিশেষ অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলঙৰ অমৰেন্দ্ৰ শৰ্মা আৰু ৰলিন ইংতি উপস্থিত থাকে । এই সভাতেই দিলীপ শৰ্মাক, কাৰ্যকৰী সভাপতি ৰঞ্জিত শৰ্মাক কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদক নিবীড় চলিহা আৰু পংকজ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ১০১ জনীয়া গোলাঘাট জিলা সমিতিখন গঠন কৰা হয় ।

সকলোকে জনাবলৈ পাই সুখী যে অহা ২২ জানুৱাৰী দেওবাৰে গোলাঘাট জিলা কমিটি গঠন কৰা হ’ব ।সেই কাৰণে গোলাঘাট জিলাৰ সকলো শৈৱ ভক্তক...
19/01/2023

সকলোকে জনাবলৈ পাই সুখী যে অহা ২২ জানুৱাৰী দেওবাৰে গোলাঘাট জিলা কমিটি গঠন কৰা হ’ব ।
সেই কাৰণে গোলাঘাট জিলাৰ সকলো শৈৱ ভক্তক নিমন্ত্ৰণ জনোৱা হৈছে।
সকলোৱে উপস্থিতি কামনা কৰিলো ।
স্থান : গোলাঘাট জিলাৰ গৰঙা চাহ বাগিছাত অৱস্থিত অসমৰ দ্বিতীয় উচ্চ শিৱ দেৱালয় ,ক্ৰম্বকেশ্বৰ জ্যােতিৰ লিঙ্গ মন্দিৰ প্ৰাঙ্গনত ।
দিনৰ ১বজাত ।

18/01/2023

শৈৱ মহাসংঘৰ কেন্দ্ৰ

আজি যোৰহাটৰ বিভিন্ন ভক্তৰ লগত শৈৱ মহাসংঘৰ বিষয়ে আলোচনা । বিশেষকৈ ভূত নাথ বাবা,সাহিত্যিক ,শিক্ষক ,ড° দিপেন নাথ লগতে প্ৰতা...
09/01/2023

আজি যোৰহাটৰ বিভিন্ন ভক্তৰ লগত শৈৱ মহাসংঘৰ বিষয়ে আলোচনা । বিশেষকৈ ভূত নাথ বাবা,সাহিত্যিক ,শিক্ষক ,ড° দিপেন নাথ লগতে প্ৰতাপ দাৰ লগত যোৰহাট কমিটিৰ গঠনৰ ক্ষেত্ৰত বিশেষ আলোচনা ।

মত বিনময় ৰাইজৰ লগত শৈৱ সংঘৰ আৰ্দশ জন মানসত উপস্থাপন কৰা এটি প্ৰয়াস ।
08/01/2023

মত বিনময় ৰাইজৰ লগত
শৈৱ সংঘৰ আৰ্দশ জন মানসত উপস্থাপন কৰা এটি প্ৰয়াস ।

Address

Golaghat Dergaon
Dergaon

Telephone

+917002240041

Website

Alerts

Be the first to know and let us send you an email when শৈৱ মহাসংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share