SRI SRI Padmathan Dewalaya

SRI SRI Padmathan Dewalaya A whole devalaya situated in west Darrang (ASSAM), its a place of tour not only for tha religious minded people but for all tha people those who wants peace.

ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত অহা  (২৮,২৯,৩০ ছেপ্টেম্বৰ ১,২ অক্টোবৰলৈ ২০২৫) অনুষ্ঠিত হবলগীয়া  ১০৮সংখ্যক🌺শ্ৰী শ্ৰী ...
20/08/2025

ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত অহা
(২৮,২৯,৩০ ছেপ্টেম্বৰ ১,২ অক্টোবৰলৈ ২০২৫) অনুষ্ঠিত হবলগীয়া ১০৮সংখ্যক
🌺শ্ৰী শ্ৰী শাৰদীয় দুৰ্গা🌺
পূজাত সকলো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো। 🙏

#মা #পদ্মা

2025

03/11/2024

🚩জয় শ্ৰী ৰাম 🚩

🚩জয় শ্ৰী ৰাম 🚩        আজি পদ্মাঝাৰ তথা সমগ্ৰ অঞ্চলৰ বাবে এক ঐতিহাসিক দিন🙏পশ্চিম দৰং ৰ অপাৰ মহিমা মণ্ডিত শক্তিপীঠ ঐতিহাসি...
31/10/2024

🚩জয় শ্ৰী ৰাম 🚩

আজি পদ্মাঝাৰ তথা সমগ্ৰ অঞ্চলৰ বাবে এক ঐতিহাসিক দিন🙏

পশ্চিম দৰং ৰ অপাৰ মহিমা মণ্ডিত শক্তিপীঠ ঐতিহাসিক শ্ৰীশ্ৰী পদ্মাথান দেৱালয়ত নৱ-নিৰ্মিত স্থায়ী প্ৰভু শ্ৰীৰামচন্দ্ৰৰ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা ও শুভ উন্মোচন কৰা হয়। লগতে উপস্থিত থাকে দৰং জিলা আয়ুক্ত মাননীয় পৰাগ কুমাৰ কাকতি দেৱ আৰু স্থানীয় বিধায়ক মাননীয়
ড৽ পৰমানন্দ ৰাজবংশী দেৱ। সকলোৱে আজিৰ এই পবিত্ৰ ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হৈ ৰওঁ।
🙏জয় শ্ৰীৰাম🙏

🚩 জয় শ্ৰী ৰাম 🚩সাদৰ সম্ভাষণ গ্ৰহণ কৰিব।অহাকালি ৩১ /১০/২০২৪  বৃহস্পতিবাৰে দীপাৱলীৰ লগত সংগতি ৰাখি ঐতিহাসিক শ্ৰী শ্ৰী পদ্ম...
30/10/2024

🚩 জয় শ্ৰী ৰাম 🚩
সাদৰ সম্ভাষণ গ্ৰহণ কৰিব।
অহাকালি ৩১ /১০/২০২৪ বৃহস্পতিবাৰে দীপাৱলীৰ লগত সংগতি ৰাখি ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত নব - নিৰ্মিত প্ৰভু শ্ৰী ৰাম চন্দ্ৰৰ প্ৰতিমূৰ্ত্তি শুভ উন্মোচন ও প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ 🙏

উন্মোচনৰ সময় : সন্ধিয়া ৬ বজাত

ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত উদযাপন হোৱা ১০৭সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজা মহা নবমী পূজাৰ সাংস্কৃতিক সন্ধিয়া বিশেষ ...
12/10/2024

ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়ত উদযাপন হোৱা ১০৭সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজা মহা নবমী পূজাৰ সাংস্কৃতিক সন্ধিয়া বিশেষ কাৰ্য্যসূচী অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী বিপিণ চাউদাংৰ গীতৰ শৰাই । লগতে উপস্থিত থাকে ছিপাঝাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় ড৽ পৰমানন্দ ৰাজবংশী দেৱ।

জয় মা পদ্মা 🙏।

শাৰদীয় শুভেচ্ছাৰেবৰ্ণাঢ্য কাৰ্যসূচীৰে ১০৭ সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন। স্থান :ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয়...
18/07/2024

শাৰদীয় শুভেচ্ছাৰে
বৰ্ণাঢ্য কাৰ্যসূচীৰে ১০৭ সংখ্যক শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপন।
স্থান :ঐতিহাসিক শ্ৰী শ্ৰী পদ্মাথান দেৱালয় প্ৰাংগন (পদ্মাঝাৰ) দৰং, অসম।
তাৰিখ: ৯,১০,১১,১২আৰু ১৩ অক্টোবৰ ২০২৪।
২২,২৩,২৪,২৫ আৰু ২৬ আহিন ১৪৩১ ভাস্কৰাব্দ।
সমুহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ 🙏

20/05/2024
15/05/2024

Address

Darrang

Telephone

+9613402268

Website

Alerts

Be the first to know and let us send you an email when SRI SRI Padmathan Dewalaya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share