মায়ামৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰ,চাবুৱা ,Mayamora Hanskritik Bikash Kendra

  • Home
  • India
  • Chabua
  • মায়ামৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰ,চাবুৱা ,Mayamora Hanskritik Bikash Kendra

মায়ামৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰ,চাবুৱা ,Mayamora Hanskritik Bikash Kendra It's just for entertainment

18/05/2025

©©©© বেতমেলা গাওঁ নামঘৰত গৰখীয়া ভক্ত সকলে বিহু উৰুৱা সবাহত গায়ন- বায়ন প্ৰদৰ্শন কৰা কিছু দৃশতাংশ ©©©©

●●●●●স্থান--- বেতমেলা গাওঁ, চাবুৱা
দিনাংক ---১৭/০৫/২০২৫ ●●●●

©©©© বেতমেলা গাওঁ  নামঘৰত  গৰখীয়া ভক্ত  সকলে বিহু উৰুৱা সবাহত গায়ন- বায়ন প্ৰদৰ্শন কৰা কিছু দৃশতাংশ ©©©©●●●●●স্থান--- বেত...
18/05/2025

©©©© বেতমেলা গাওঁ নামঘৰত গৰখীয়া ভক্ত সকলে বিহু উৰুৱা সবাহত গায়ন- বায়ন প্ৰদৰ্শন কৰা কিছু দৃশতাংশ ©©©©

●●●●●স্থান--- বেতমেলা গাওঁ, চাবুৱা
দিনাংক ---১৭/০৫/২০২৫ ●●●●

23/03/2025

বৰ-সবাহ উপলেক্ষে গায়ন-বায়ন প্ৰদৰ্শন কৰা কিছু দৃশতাংশ....
স্থান---বেতমেলা গাওঁ, চাবুৱা
তাং--২৩/০৩/২০২৫

23/03/2025

আমাৰ মটক সমাজত তিনি, পাঁচ নতুবা সাত বছৰৰ ব‍্যৱধানত উপৰিপুৰুষ সকলে দেখুৱাই যোৱা নীতি নিয়ম অনুসৰি বৰ-সবা পাতে । বৰ্তমান মায়ামৰা বৈষ্ণৱ নিয়মেৰে বৰ-সবাহত পোন প্ৰথমে ভাগৱত পাঠ , তাৰ পাছতে গায়ন-বায়ন গোৱা হয় । পৰম্পৰাগত ভাৱে ৯ খন চাকি জ্বলোৱা হয় । তদুপৰি এই সবা লৈ গাঁও ৰাইজক , মিত্ৰ, ভকত বিন্দ সকলোকে নিমন্ত্ৰণ কৰা হয়। এই সবাহলৈ অহা মিতিৰ ঘৰৰ মানুহে পিঠা, গাখীৰ আদি ভাৰ অনা দেখা যাই। আমি সকলোৱে বিশ্বাস কৰোঁ এনে সবা হে বংশ পৰিয়ালৰ অপায়-অমংগল দূৰ কৰে তথা বংশত সুখ শান্তি বজাই ৰাখে ।এনে বৰ-সবা কিছু দৃশ্য দাঙি ধৰা হল।

স্থান★★★★পুলুঙা গাঁও , চাবুৱা★★★★
তাং---২২/০৩/২০২৫

বৰ-সবাহ উপলেক্ষে গায়ন-বায়ন প্ৰদৰ্শন কৰা কিছু দৃশতাংশ....স্থান---পুলুঙা গাওঁ, চাবুৱাতাং--২২/০৩/২০২৫
23/03/2025

বৰ-সবাহ উপলেক্ষে গায়ন-বায়ন প্ৰদৰ্শন কৰা কিছু দৃশতাংশ....
স্থান---পুলুঙা গাওঁ, চাবুৱা
তাং--২২/০৩/২০২৫

22/03/2025

কেৱলমাত্ৰ নীতি-নিয়ম হিচাপে মানি থাকিলে সকলোৰে অজ্ঞাতে অৰ্থাৎ আনে নজনাকৈ নীতি নিয়ম সমূহ ভংগ হোৱাটো স্বাভাৱিক কিন্তু দৰ্শন তথা আদৰ্শ হিচাপে হৃদয়ত প্ৰতিষ্ঠা কৰিলে তেনে সমস্যাৰ সৃষ্টি কেতিয়াও নহয় ।

20/03/2025

◆◆মায়ামৰা বৈষ্ণৱ ধর্ম শৰণ লোৱা নিয়মৰ এক সুকীয়া বৈশিষ্ট আছে। শৰণ হৈছে কায়মনোবাক্যে ঈশ্বৰ বা গুৰুৰ ওচৰত আত্মসমৰ্পণ। অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা সমাজত শৰণ পদ্ধতি গভীৰ আধ্যাত্মিকতা বিৰাজমান।◆◆
◆◆◆শৰণৰ অবিহনে আমিবোৰ শূণ্য । শৰণ লৈ জীৱ আত্মাই পৰম আত্মাক চিনি লৈ জীৱন সাৰ্থক কৰে। আমাৰ চৌবিশ তত্বৰ আধাৰত নিৰ্মিত জীৱই পঞ্চেন্দ্ৰীয়ক ধৈৰ্য্য শক্তি বৃদ্ধি কৰে ।কায় বাক্য আৰু মনক নিয়ন্ত্ৰণত ৰাখিব পাৰে। ◆◆◆
◆◆শৰণ হৈছে কায়মনোবাক্যে ঈশ্বৰ বা গুৰুৰ ওচৰত আত্মসমৰ্পণ। অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা সমাজত শৰণ পদ্ধতি গভীৰ আধ্যাত্মিকতা বিৰাজমান ।◆◆◆
◆◆শৰণ গ্ৰহণ কৰি জীৱনৰ সদগতি আৰু আত্মাৰ মুক্তি লাভ কৰিব পাৰি। এজন শৰণীয়াই শৰণ গ্ৰহণৰ সময়ত লাভ কৰা গুৰু প্ৰদত্ত সম্পদ সমূহে তেওঁক বাস্তৱ জীৱনত বহু উপকাৰ সাধন কৰে। আনহাতে,শৰণৰ গ্ৰহণে দেহ মন পবিত্ৰ কৰে।◆◆
◆◆◆গুৰু গোপাল দেৱৰ প্ৰিয় শিষ্য অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা নৱ বৈষ্ণৱ ধৰ্মত শৰণ প্ৰথাৰ গভীৰ তত্ত্ব আছে ।◆◆◆
◆◆◆যত ৮০ খিলা পাণ লোৱা হয় লগতে এখিলা আগলি কলপাতেৰে মেৰাই লৈ একোটা দেহৰ আকাৰে মুঠ ৮১ হয় যায়। শ্ৰৱণৰ ৯ বিধ কীৰ্তনৰ ৯ বিধ ভক্তি যোগ কৰিলে ৮১ বিধ ভক্তি হয় যায়।◆◆
◆◆মহাপুৰুষীয়া শৰণৰ নীতি অনুসৰি পুৰুষসকলে মুণ্ডণ কৰি এক মাৰ্কিন বস্ত্ৰ পৰিধানেৰে চাৰিগুছি পাণ কলপাতেৰে মেৰিয়াই নমস্কাৰ আৰ্হিত দুই হাতে খামুচি ধৰি সত্ৰৰ পুখুৰীত বা নামঘৰৰ পুখুৰীত তিনি বুৰ মাৰি শৰণ গ্ৰহণ কৰে ।◆◆
★★এক শৰণ নৱ বৈষ্ণৱ মায়ামৰা ধৰ্মত শৰণ লোৱাৰ কিছু দিন পিছত নাম জাননী অনুষ্ঠিত কৰা হয় , তাৰ এ কিছু দৃশ্য দাঙি ধৰা হল।★★

স্থান---`★★ হাঁহৰিয়াল নামঘৰ, , চাবুৱা★★
দিনাংক-----২০/০৩/২০২৫

◆◆মায়ামৰা বৈষ্ণৱ ধর্ম শৰণ লোৱা নিয়মৰ এক সুকীয়া বৈশিষ্ট আছে। শৰণ হৈছে কায়মনোবাক্যে ঈশ্বৰ বা গুৰুৰ ওচৰত আত্মসমৰ্পণ। অনিৰুদ...
20/03/2025

◆◆মায়ামৰা বৈষ্ণৱ ধর্ম শৰণ লোৱা নিয়মৰ এক সুকীয়া বৈশিষ্ট আছে। শৰণ হৈছে কায়মনোবাক্যে ঈশ্বৰ বা গুৰুৰ ওচৰত আত্মসমৰ্পণ। অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা সমাজত শৰণ পদ্ধতি গভীৰ আধ্যাত্মিকতা বিৰাজমান।◆◆
◆◆◆শৰণৰ অবিহনে আমিবোৰ শূণ্য । শৰণ লৈ জীৱ আত্মাই পৰম আত্মাক চিনি লৈ জীৱন সাৰ্থক কৰে। আমাৰ চৌবিশ তত্বৰ আধাৰত নিৰ্মিত জীৱই পঞ্চেন্দ্ৰীয়ক ধৈৰ্য্য শক্তি বৃদ্ধি কৰে ।কায় বাক্য আৰু মনক নিয়ন্ত্ৰণত ৰাখিব পাৰে। ◆◆◆
◆◆শৰণ হৈছে কায়মনোবাক্যে ঈশ্বৰ বা গুৰুৰ ওচৰত আত্মসমৰ্পণ। অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা সমাজত শৰণ পদ্ধতি গভীৰ আধ্যাত্মিকতা বিৰাজমান ।◆◆◆
◆◆শৰণ গ্ৰহণ কৰি জীৱনৰ সদগতি আৰু আত্মাৰ মুক্তি লাভ কৰিব পাৰি। এজন শৰণীয়াই শৰণ গ্ৰহণৰ সময়ত লাভ কৰা গুৰু প্ৰদত্ত সম্পদ সমূহে তেওঁক বাস্তৱ জীৱনত বহু উপকাৰ সাধন কৰে। আনহাতে,শৰণৰ গ্ৰহণে দেহ মন পবিত্ৰ কৰে।◆◆
◆◆◆গুৰু গোপাল দেৱৰ প্ৰিয় শিষ্য অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা নৱ বৈষ্ণৱ ধৰ্মত শৰণ প্ৰথাৰ গভীৰ তত্ত্ব আছে ।◆◆◆
◆◆◆যত ৮০ খিলা পাণ লোৱা হয় লগতে এখিলা আগলি কলপাতেৰে মেৰাই লৈ একোটা দেহৰ আকাৰে মুঠ ৮১ হয় যায়। শ্ৰৱণৰ ৯ বিধ কীৰ্তনৰ ৯ বিধ ভক্তি যোগ কৰিলে ৮১ বিধ ভক্তি হয় যায়।◆◆
◆◆মহাপুৰুষীয়া শৰণৰ নীতি অনুসৰি পুৰুষসকলে মুণ্ডণ কৰি এক মাৰ্কিন বস্ত্ৰ পৰিধানেৰে চাৰিগুছি পাণ কলপাতেৰে মেৰিয়াই নমস্কাৰ আৰ্হিত দুই হাতে খামুচি ধৰি সত্ৰৰ পুখুৰীত বা নামঘৰৰ পুখুৰীত তিনি বুৰ মাৰি শৰণ গ্ৰহণ কৰে ।◆◆
★★এক শৰণ নৱ বৈষ্ণৱ মায়ামৰা ধৰ্মত শৰণ লোৱাৰ কিছু দিন পিছত নাম জাননী অনুষ্ঠিত কৰা হয় , তাৰ এ কিছু দৃশ্য দাঙি ধৰা হল।★★

স্থান---`★★★হাঁহৰিয়াল নামঘৰ, )★★
দিনাংক-----২০/০৩/২০২৫

18/03/2025

আমাৰ মটক সমাজত তিনি, পাঁচ নতুবা সাত বছৰৰ ব‍্যৱধানত উপৰিপুৰুষ সকলে দেখুৱাই যোৱা নীতি নিয়ম অনুসৰি বৰ-সবা পাতে । বৰ্তমান মায়ামৰা বৈষ্ণৱ নিয়মেৰে বৰ-সবাহত পোন প্ৰথমে ভাগৱত পাঠ , তাৰ পাছতে গায়ন-বায়ন গোৱা হয় । পৰম্পৰাগত ভাৱে ৯ খন চাকি জ্বলোৱা হয় । তদুপৰি এই সবা লৈ গাঁও ৰাইজক , মিত্ৰ, ভকত বিন্দ সকলোকে নিমন্ত্ৰণ কৰা হয়। এই সবাহলৈ অহা মিতিৰ ঘৰৰ মানুহে পিঠা, গাখীৰ আদি ভাৰ অনা দেখা যাই। আমি সকলোৱে বিশ্বাস কৰোঁ এনে সবা হে বংশ পৰিয়ালৰ অপায়-অমংগল দূৰ কৰে তথা বংশত সুখ শান্তি বজাই ৰাখে ।এনে বৰ-সবা কিছু দৃশ্য দাঙি ধৰা হল।

স্থান★★★★দ্ঙ্গচুক গাঁও , চাবুৱা★★★★
তাং---১৮/০৩/২০২৫

Address

NH-37
Chabua
786183

Alerts

Be the first to know and let us send you an email when মায়ামৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰ,চাবুৱা ,Mayamora Hanskritik Bikash Kendra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to মায়ামৰা সাংস্কৃতিক বিকাশ কেন্দ্ৰ,চাবুৱা ,Mayamora Hanskritik Bikash Kendra:

Share