সাৰ্বজনীন ৰাস মহোৎসৱ,চকিহালী

  • Home
  • India
  • Bongaigaon
  • সাৰ্বজনীন ৰাস মহোৎসৱ,চকিহালী

সাৰ্বজনীন ৰাস মহোৎসৱ,চকিহালী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সাৰ্বজনীন ৰাস মহোৎসৱ,চকিহালী, Hindu temple, Chakihali, Bongaigaon.

৭৮ সংখ‍্যক সাৰ্বজনীন ৰাস মহোৎসৱ ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ  মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহাশয়ক স্বাগ...
07/11/2025

৭৮ সংখ‍্যক সাৰ্বজনীন ৰাস মহোৎসৱ ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস মহাশয়ক স্বাগতম 🙏🏼

Ranjeet Kumar Dass

৭৮ সংখ‍্যক সাৰ্বজনীন ৰাস মহোৎসৱ ৰ আমত্ৰনত অহা মা লক্ষ্মী মিনি থিয়েটাৰৰ ত ৰাইজৰ অভূতপূৰ্ব সহাৰি 🙏🏼 সমূহ ৰাইজলৈ অশেষ ধন‍্...
06/11/2025

৭৮ সংখ‍্যক সাৰ্বজনীন ৰাস মহোৎসৱ ৰ আমত্ৰনত অহা মা লক্ষ্মী মিনি থিয়েটাৰৰ ত ৰাইজৰ অভূতপূৰ্ব সহাৰি 🙏🏼 সমূহ ৰাইজলৈ অশেষ ধন‍্যবাদ 🙏🏼

আদৰনীয় পদক্ষেপ, ধন‍্যবাদ CMO AssamHimanta Biswa SarmaRanjeet Kumar Dass
30/10/2025

আদৰনীয় পদক্ষেপ, ধন‍্যবাদ CMO Assam

Himanta Biswa Sarma
Ranjeet Kumar Dass

৭৮সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱৰ চাঁদা সংগ্ৰহ কাৰ্যসূচীৰ আজিৰে পৰা শুভাৰম্ভ!ভগৱানৰ চৰণত  চাঁকি-বন্তি জ্বলাই এখনি শৰাই আগবঢ...
13/10/2025

৭৮সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱৰ চাঁদা সংগ্ৰহ কাৰ্যসূচীৰ আজিৰে পৰা শুভাৰম্ভ!
ভগৱানৰ চৰণত চাঁকি-বন্তি জ্বলাই এখনি শৰাই আগবঢ়াই বৰঙণি সংগ্ৰহৰ শুভাৰাম্ভণি কৰা হয় আৰু মহোৎসৱত সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰা হ’ল ..
✨🙏 #ৰাসমহোৎসৱ #চকিহালী #ভক্তি #ঐতিহ্য

13/10/2025

ৰাস সমাগত…✨
চকিহালী ৰাস মহোৎসৱৰ প্ৰস্তুতি জোৰদাৰভাৱে চলি আছে।

#চকিহালী

নতুন মন্দিৰৰ আধাৰশিলা ৰ (১৮/০৯/২৪) ৰ কিছু মূহুৰ্ত  #চকিহালী
11/10/2025

নতুন মন্দিৰৰ আধাৰশিলা ৰ (১৮/০৯/২৪) ৰ কিছু মূহুৰ্ত

#চকিহালী

Address

Chakihali
Bongaigaon
783392

Website

Alerts

Be the first to know and let us send you an email when সাৰ্বজনীন ৰাস মহোৎসৱ,চকিহালী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category