18/07/2026
পৱিত্ৰ শাওণ মাহৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 🌧️🕉️
মহাদেৱৰ আশীৰ্বাদেৰে এই পৱিত্ৰ মাহটোৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু অপাৰ সমৃদ্ধি। ভগৱান শিৱৰ চৰণত সকলোৰে মংগল কামনা কৰিলোঁ।
হৰ হৰ মহাদেৱ! 🙏✨
#শ্ৰাৱণ #ভক্তি #হৰহৰমহাদেৱ #চকিহালী