01/07/2026
আহি আছে দোলাই গাওঁ (মাজপাৰা) যুৱ সমাজৰ উদ্যোগত। উত্তৰ বঙাইগাঁও হাইস্কুল খেলপথাৰত
অহা ১০ , ১১ আৰু ১২ ডিচেম্বৰ ২০২৬ ইং তাৰিখে
তিনিদিনীয়া কাৰ্যসূচীৰে ৰুদ্ৰ থিয়েটাৰ।
সমুহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল। ধন্যবাদ।
🙏🙏🙏