14/03/2026
আজি ২০ নং বিজনী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী অজয় কুমাৰ ৰায়দেৱৰ Untied Fund Scheme for the year 2025-26 ৰ ৫ লাখ টকাৰ আৱণ্টনত ফুলকুমাৰী শিৱ মন্দিৰৰ চৌহদৰ দেৱাল নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়।