Hazrat Shah Sayed Cherag Ajmer, Kalkatia, R. Dargah Sharif

Hazrat Shah Sayed Cherag Ajmer, Kalkatia, R. Dargah Sharif This is a religious page

06/10/2023
হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) ৩৯ তম বাৰ্ষিক ওৰশ মোবাৰক অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ/২০২৩ ইং।
15/09/2023

হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) ৩৯ তম বাৰ্ষিক ওৰশ মোবাৰক অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ/২০২৩ ইং।

আচ্ছালামু আলাইকুম/নমস্কাৰ,       আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) দৰ্গা...
01/09/2023

আচ্ছালামু আলাইকুম/নমস্কাৰ,
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) দৰ্গাহ্ শ্বৰীফৰ ৩৯ তম ওৰশ মোবাৰক অহা ০৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ/২০২৩ লৈকে উদযাপন কৰিবলৈ লোৱা হৈছে। সেয়ে উল্লিখিত তাৰিখৰ পৰা আমাৰ সকলো কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সহায়-সহযোগীতা কৰিবলৈ সকলো ভক্ত আৰু জনসাধাৰণলৈ আমন্ত্ৰণ জনালোঁ। ইতি,

গদ্দি নাশ্বিন খাদিম-
হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকতীয়া (ৰ:)
দৰ্গাহ শ্বৰীফ, নিউ আজমিৰ, সত্ৰকনৰা, বৰপেটা, অসম।

হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) ৩৯ তম বাৰ্ষিক ওৰশ মোবাৰক অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ/২০২৩ ইং।
01/09/2023

হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) ৩৯ তম বাৰ্ষিক ওৰশ মোবাৰক অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ/২০২৩ ইং।

হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) ৩৯ তম বাৰ্ষিক ওৰশ মোবাৰক অহা ০৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ/২০২৩ ইং।
01/09/2023

হজৰত শ্বাহ্ ছৈয়দ চেৰাগ্ আজমিৰ কলকাতিয়া (ৰ:) ৩৯ তম বাৰ্ষিক ওৰশ মোবাৰক অহা ০৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰ/২০২৩ ইং।

Address

Satrakanara
Barpeta
781308

Website

Alerts

Be the first to know and let us send you an email when Hazrat Shah Sayed Cherag Ajmer, Kalkatia, R. Dargah Sharif posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Hazrat Shah Sayed Cherag Ajmer, Kalkatia, R. Dargah Sharif:

Share