25/05/2025
চেঙাত কংগ্ৰেছৰ বিপৰ্যয়...
হৰিপুৰ গাওঁ পঞ্চয়তৰ কংগ্ৰেছ মহিলা মণ্ডলৰ সভানেত্ৰী আছমা খাতুনে যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত, উপস্থিত থাকে হৰিপুৰ জিলা পৰিষদৰ সদস্য মাননীয় #হাইদৰ_আলী_আহমেদ লগতে থাকে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি #মহেন্দ্ৰ_দাস আৰু বিজেপি দলৰ বহুতো কাৰ্য্যকৰ্তা।