Jamiat Ahle Hadis, Aasam

Jamiat Ahle Hadis, Aasam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jamiat Ahle Hadis, Aasam, Religious organisation, Barpeta.

01/11/2025

Assalamualaikum wa rahmatullah

17/01/2025

আচ্ছালামুয়ালাইকুম🤝

বিয়াৰ অনুষ্ঠানৰ পিছতেই ছোৱালীজনীৰ শেষ সমাপ্তি ঘটিল|ছোৱালীজনী সদায় পৰ্দা কৰিছিল , বাহিৰত কৰবাত গলে পৰিপূৰ্ণ পৰ্দা কৰিয়েই ...
28/05/2023

বিয়াৰ অনুষ্ঠানৰ পিছতেই ছোৱালীজনীৰ শেষ সমাপ্তি ঘটিল|
ছোৱালীজনী সদায় পৰ্দা কৰিছিল , বাহিৰত কৰবাত গলে পৰিপূৰ্ণ পৰ্দা কৰিয়েই ওলাইছিল মাশ্বাআল্লাহ | সদায় নন মাহৰম মেইনটেইন কৰাৰ চেষ্টা কৰিছিল |

ছোৱালীজনীৰ বিয়া ঠিক হ'ল - তাই নিজৰ বিয়াত বোৰখা,হিজাব,নিকাব পিন্ধা নাই | তাইৰ বহুত ইচ্ছা আছিল নিজৰ বিয়াটো জাকঁজমক ভাৱে হওঁক ! বিয়াৰ দিনা ছোৱালীজনী বেপৰ্দা হৈ গ'ল😔
বিউটি পাৰ্লাৰৰ পৰা সাজি-কাচি আহি হাজাৰো নন মাহৰমৰ সন্মুখত নিজৰ সৌন্দৰ্যক প্ৰদৰ্শন কৰি দিলে |
বিভিন্ন অংগী ভংগীত ফটোশ্বোট কৰি ছছিয়েল মিডিয়াত এৰি দিলে |
হাজাৰ হাজাৰ পৰপুৰুষৰ মোবাইলত ছোৱালীজনীৰ বেপৰ্দা ছবি |
তাই নাজানিছিল বিয়াৰ দিনটোৱেই তাইৰ জীৱনৰ শেষ দিন |
অৱশেষত ছোৱালীজনীৰ বেপৰ্দা অৱস্হাত শেষ সমাপ্তি ঘটিল| তাইৰ মৃত্যু হল|
গোটেই বছৰ পৰ্দা কৰি জীৱনৰ শেষ মূহৰ্তত বেপৰ্দা হৈ বিদায় ললে পৃথিৱীৰ পৰা|

মৰমৰ বা/ভনী আপোনাকেই কৈছো- পৰ্দা এক জীৱনযোৰা প্ৰক্ৰিয়া, গোটেই বছৰ পৰ্দা কৰি এটা দিনৰ বাবে সেয়া নষ্ট নকৰিব |ইমান দিন বহুত কষ্ট কৰি পৰ্দা কৰিলে ৰবৰ প্ৰিয় হোৱাৰ বাবে কিন্তু বিয়াৰ দিনা ,ঈদৰ দিনা আপোনাৰ পৰ্দা ক'ত যায়? শেষ মূহৰ্তত আপোনাৰ মৃত্যু যদি ৰবৰ অপ্ৰিয় অৱস্হাত হয় তেতিয়া হ'লে আপোনাৰ লাভ কি এই পৰ্দাৰ ?

প্ৰিয় ভনী ,,,,, আপোনাৰ আন বান্ধবীয়ে বিয়াত বিভিন্ন ভিডিঅ,ফটোশ্বোট কৰি ছছিয়েল মিডিয়াত আপলোড দিয়ে | হয়তো তেনেকুৱাকৈ আপোনাৰো ইচ্চা হয় কিন্তু এইখন দুনিয়া হয় ইয়াত আমি চিৰদিন থাকিব অহা নাই | বেলেগৰ ফালে চোৱাৰ দৰকাৰ নাই, আপুনি মাথো সৃষ্টিকৰ্তাই আপোনাক কি কাৰনে সৃষ্টি কৰিছে সেয়া ভাবক !
ৰবৰ সন্তুষ্টিৰ কাৰণে আমি এই ক্ষনস্হায়ী দুনীয়াৰ কিছুমান সৰু সৰু ইচ্ছা বিসৰ্জন দিব লাগিব ভনী তেতিয়াহে আল্লাহৰ প্ৰিয় হব পাৰিম ইনশ্বাআল্লাহ |
আপুনি কি আছিয়া(ৰা:) নিচিনা ৰবৰ আৰশ্বে আজিমৰ ওচৰত ঘৰ বনাব নোখোজে?

তেতিয়া হ'লে নিজৰ ঈমানক মজবুত কৰি ঈমানৰ শক্তিত ৰবৰ ভালপোৱা জয় কৰক আৰু একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ কাৰণে দুনিয়াৰ ইচ্ছাবোৰ বিসৰ্জন দিয়ক |
দুনীয়া আৰু আখিৰাতত সফল হ'ব পাৰিব ইনশ্বাআল্লাহ 💞💞

18/01/2023

ওই পিতা হতভাগা যে তার
সন্তানকে দুনিয়ার এক চতুর্থাংশ কেনার পথ শিক্ষা দেয় অথচ রাব্বির হামহুমা কামা রাব্বায়ানি সাগীরা শিক্ষা দিতে ভুলে যায় 😪

09/01/2022

Address

Barpeta
HELONARPAM,ASSAM781316

Website

Alerts

Be the first to know and let us send you an email when Jamiat Ahle Hadis, Aasam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Jamiat Ahle Hadis, Aasam:

Share