Shahidul islam

Shahidul islam Gst consultant

29/06/2024

বহুত দিন পিছত আকৌ মনত বহুত আনন্দ পালো T20 বিশ্বকাপ জিকি।

26/06/2024

আজিকালি প্ৰাইভেট স্কুল বিলাকত যি প্ৰজেক্টৰ হোম ৱৰ্ক দিয়ে ছাত্ৰ ছাত্ৰীৰ কি লাভ কমেন্টত জনাব। মই জনামতে কোনো ছাত্ৰ ছাত্ৰীয় নিজে নকৰে অভিভাৱক নহলে টিউচন মাষ্টাৰেহে কৰি দিয়ে। মোৰ মতে সহজ কৰি দিব লাগে যাতে ছাত্ৰ ছাত্ৰীয়ে নিজে কৰিব পাৰে।আৰু নহলে দিবই নালাগে।

19/10/2023

মোৰ ছোৱালীজনীৰ বয়স মাত্ৰ 5 বছৰ তেওঁৰ ভৰি দুখনৰ বিষ আজি প্ৰায় 2 বছৰৰ পৰা। বহুত ডক্টৰ দেখালো নলবাৰী আৰু বৰপেটা এতিয়াও ভাল্ হোৱা নাই। ক'ত লৈ গলে ভাল্ পাম কোনোবাই জনা থাকিলে পৰামৰ্শ আগবঢ়াব।

29/06/2023

সকলোকে ইদু্ল আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

আশাকৰো এই ঈদে যেন সকলোৰ মাজলৈ কৰিয়াই আনে সুখ শান্তি আৰু ঐক্য।

29/07/2022

Duwa

29/07/2022

Namaz

31/12/2021

নৱ বৰ্ষৰ শুভকামনা।

Address

Downtown, Kalahbhanga, Barpeta Road
Barpeta Road
BARPETA

Website

Alerts

Be the first to know and let us send you an email when Shahidul islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share