20/08/2026
ভক্তিভাজন কৃপালু সুধীবৃন্দ,
আপোনাসৱৰ কৰকমলত ভক্তিভৰা প্ৰণিপাত জনালোঁ।
*শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ, বাঙ্গালোৰ*ৰ উদ্যোগত অহা ইংৰাজী *২২ আগষ্ট শনিবাৰ আৰু ২৩ আগষ্ট তাৰিখ, দেওবাৰে*, ভাদ মাহৰ উপলক্ষে *সকলোৰে সুবিধাৰ্থে নাম-প্ৰসংগ*ৰ আয়োজন কৰা হৈছে।
*শৰাই আগবঢ়াবলৈ * তলত দিয়া লিংকটোত ক্লিক কৰি পঞ্জীয়ন কৰক। https://forms.gle/o7CBusAGNtpaWg7P9
ইয়াৰ লগতে, সুবিধা অনুযায়ী প্ৰত্যেক দিনাই *ভাগৱত পাঠ আৰু কীৰ্তন পাঠ* আয়োজন কৰাৰ ব্যৱস্থা কৰা হৈছে।
উক্ত ধৰ্মীয় অনুষ্ঠানসমূহত সমূহ ভক্তপ্ৰাণ ৰাইজ, আই-মাতৃসকল তথা শুভাকাঙ্ক্ষীসকলৰ আন্তৰিক উপস্থিতি, সহায়-সহযোগিতা আৰু আশীৰ্বাদ একান্তভাৱে কামনা কৰিলোঁ।
*যোগাযোগ:* ৭৭৬০১১৭৮৪৬ (7760117846)
সেৱাৰে,
*শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ, বাঙ্গালোৰ*
*নাম-প্ৰসংগ সম্পাদক*
ভূপেন বৰ্মন