Mofidul islam

Mofidul islam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Mofidul islam, Jp nagar, Bangalore.

03/04/2024

মানুষের সৌন্দর্য সব সময় থাকেনা |

14/08/2023

আল্লাহ পাকে তেখেতক জান্নাতুল ফেৰদৌছ নচিব কৰক।

29/06/2023

Eid Al- Adha

Hazart Ibrahim khalilullah ka qurbani ka waqia.

12/06/2023
21/04/2023

"তাক্বাব্বালাল্লাহু মিন্না ওয়া মিনকুম"
সকলোকে ঈদ-উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
ঈদ মোবাৰক।

02/04/2023

ৰোজাদাৰ সকলে দীঘলীয়া সময় অনাহাৰত থকাৰ বাবে উদ্ভৱ মুখৰ গোন্ধ আল্লাহ তাআলাৰ ওচৰত কস্তুৰিৰ সুগন্ধতকৈও উওম।
আবু হুৰাইৰা (ৰাঃ) পৰা বৰ্ণিত।

30/03/2023

ৰমজান মাহ হ'ল ছবুৰৰ মাহ আৰু ছবুৰৰ প্ৰতিদান হৈছে জান্নাত। এই মাহত যি ব্যক্তিয়ে ৰোজাদাৰক ইফতাৰ কৰাব তেওঁৰ সমূহ পাপ ক্ষমা কৰা হ'ব। আৰু এই অচিলাত তেওঁ দোজখৰ অগ্নিৰ পৰা মুক্তি লাভ কৰিব।
الله أكبر الله أكبر ❤️❤️

28/03/2023

ৰোজাদাৰ সকলৰ বাবে অতি আনন্দৰ দুটা মুহূৰ্ত আছে। তাৰ এটা হ'ল ইফতাৰৰ সময়ত আৰু আনটো হৈছে মহান‌ প্ৰভু আল্লাহ তাআলাৰ লগত সাক্ষাতৰ সময়ত
Say Subhan Allah

25/03/2023

মহান আল্লাহ তাআলা ঘোষণা কৰিছে, ৰোজা মোৰ কাৰণে আৰু ইয়াৰ প্ৰতিদান মই মোৰ বান্ধাক নিজে হাতে পুৰস্কৃত কৰিম
সুবহানআল্লাহ,,,

23/03/2023

নিজকে পৰিবৰ্তন কৰাৰ উত্তম সময় হল মাহে ৰমজান..
আটাইলৈ মাহে ৰমজানৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

Personal blog

11/03/2023

Na koi aap Jaisa hai na koi aap jaisa Tha.
Dill ko shhu Gayi Aawaz...

Address

Jp Nagar
Bangalore

Telephone

+919663018591

Website

Alerts

Be the first to know and let us send you an email when Mofidul islam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Mofidul islam:

Share