আছা চেলেংহাট আঞ্চলিক কমিতি AASAA selenghat Aancholik Committee

  • Home
  • India
  • Amguri
  • আছা চেলেংহাট আঞ্চলিক কমিতি AASAA selenghat Aancholik Committee

আছা চেলেংহাট আঞ্চলিক কমিতি AASAA selenghat Aancholik Committee follow my page � AASAA selenghat Aancholik Committee

10/04/2025
25/03/2025

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) টিয়ক আঞ্চলিক সমিতিৰ উদ্যোগত লালিগুৰ আৰু অবৈধ চুলাই-মদ বন্ধ কৰাৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসুছী ।
স্থান-টিয়ক আবকাৰী কাৰ্যলয়ৰ সন্মুখত ।
তাৰিখ-২৫/০৩/২০২৫(মঙ্গলবাৰ )

21/03/2025

অতি শীঘ্ৰেই লালি গুৰৰ প্ৰচলন বন্ধ হব লাগে ।
আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতিৰ এলানি কাৰ্যসূচী ঘোষণা কৰিলে।

আজি গাভৰু পৰ্ব্বত চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চেলেংহাট ,মৰিয়ণী,নকছাৰী,টিয়ক আঞ্চলিক সমিতি আৰু গাভৰু প্ৰাথমিক ...
20/03/2025

আজি গাভৰু পৰ্ব্বত চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চেলেংহাট ,মৰিয়ণী,নকছাৰী,টিয়ক আঞ্চলিক সমিতি আৰু গাভৰু প্ৰাথমিক গোটৰ শপত গ্ৰহণ কৰা হয় ।চেলেংহাট আঞ্চলিক সমিতিৰ সভাপতি বিনোদ মাঝী সম্পাদক ঘনশ্যাম ৰাজোৱাৰ,টিয়ক আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জিত চাহানি তাতি সম্পাদক নৰেন্দ্ৰ কুমাৰ,নকছাৰী আঞ্চলিক সমিতিৰ সভাপতি মিন্টু নায়ক সম্পাদক গকুল কুৰ্মী,মৰিয়ণী আঞ্চলিক সমিতিৰ সভাপতি ৰোচন তাঁতী সম্পাদক পাপু পাত্ৰ আৰু গাভৰু প্ৰাথমিক গোটৰ সভাপতি লক্ষ্মণ উৰাং সম্পাদক প্ৰণৱ নায়কক দায়িত্ব অৰ্পন কৰি শক্তিশালী সমিতিসমুহ গঠণ কৰি শপত গ্ৰহণ কৰা হয় ।

23/02/2025

Jhumur binandini❤️🥰

Address

Selenghat
Amguri
785636

Website

Alerts

Be the first to know and let us send you an email when আছা চেলেংহাট আঞ্চলিক কমিতি AASAA selenghat Aancholik Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share