23/11/2025
ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজীঊন।
অতি দুখেৰে জনাও যে, আমাৰ "মিফতাহুল উলুম হাফিজীয়া মাদ্ৰাছা"ৰ প্ৰতিষ্ঠাতা তথা মেৰেৰ চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত এৰাবীক শিক্ষক আমাৰ অতি মৰমৰ মৌলানা আলহাজ্ব ইব্ৰাহিম আলী চাহাবে আজি ২৩/১১/২০২৫ , তাৰিখ আবেলি ৬:৩০ মান বজাত বৰপেটাৰ" ফকৰ উদ্দিন আলী আহম্মেদ চিকিৎসা মহাবিদ্যালয়ত"চিকিৎসাৰ'ত অৱস্তাত ইন্তেকাল কৰে। সকলোৱে তেখেতৰ আত্মাৰ শান্তি কামনা কৰি দুৱা কৰিব। আল্লাহে তেখেতক জান্নাতুল ফিৰদাউচ নছিব কৰক।😭😭😭