Emdadul QAUM Maszidenoor

Emdadul QAUM Maszidenoor EMDADUL QAUM MASZID-E-NOOR
Bayt-al-Maal Fund For Helping poor, and others special activities.

16/02/2023
 #শ্ৰদ্ধাৰ  #কুইজ  #প্ৰেমিক  #ৰাইজ,         পৱিত্ৰ ঈদ-উল-আজহা উপলক্ষে টাপাট্টাৰী আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত টাপাট্টাৰী ব্...
04/07/2022

#শ্ৰদ্ধাৰ #কুইজ #প্ৰেমিক #ৰাইজ,
পৱিত্ৰ ঈদ-উল-আজহা উপলক্ষে টাপাট্টাৰী আঞ্চলিক যুৱ মঞ্চৰ উদ্যোগত টাপাট্টাৰী ব্লক ভিত্তিত ইছলামিক প্ৰতিযোগিতা।
স্থান: টাপাট্টাৰী আঞ্চলিক ঈদগাহ ময়দান।
তাং :- ১১ জুলাই, ২০২২ ৰাতি পূৱা ১০ বজাৰ পৰা। (কুইজ প্ৰতিযোগিতাৰ বাবে আগতিয়াকৈ Email আৰু Whatsapp যোগে নাম পঞ্জীয়ন কৰিব পাৰিব। Email- [email protected]
Whatsapp -7086831261
কুইজৰ বাবে তিনিজনীয়া সদস্যই এটা দল গঠন হ'ব।)
যোগাযোগ নম্বৰ-8638316394

28/01/2022

যোৱা নিশা অভয়াপুৰী নিউ পিৰাধৰাত বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱা ৫টা পৰিয়ালক আজি বিয়লি ৪:০০ বজাত "ইমদাদুল কওম্ বায়তুলমাল" ফান্ডৰ তৰফৰ পৰা কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। উক্ত কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণত উপস্থিত থাকে আমাৰ ফান্ডৰ মূখ্য উপদেষ্টামন্ডলী, সভাপতি আৰু সম্পাদকদ্বয়। ক্ৰমে....
সভাপতি ডাঃ ৰফিকুল ইছলাম আনোৱাৰ
সম্পাদকদ্বয় ১। জহিৰুল ইছলাম,
২। মোঃ আনোৱাৰ হুছাইন মূখ্য উপদেষ্টামন্ডলী
১। মমিনুল ইছলাম,
২। , আব্দুৰ ৰেজ্জাক আহমেদ
৩। ইলিয়াছুৰ ৰহমান আৰু
৪। জেহেৰুল ইছলাম।

জাননীবেৰাদৰানে ইছলাম,   আচ্ছালামু আলাইকুল, বাদ আৰজ এই যে, আল-জামিয়াতুল ইছলামিয়া দাৰুল উলুম, টাপাট্টাৰীৰ ১৪তম্ বাৰ্ষিক ...
14/01/2022

জাননী
বেৰাদৰানে ইছলাম,
আচ্ছালামু আলাইকুল, বাদ আৰজ এই যে, আল-জামিয়াতুল ইছলামিয়া দাৰুল উলুম, টাপাট্টাৰীৰ ১৪তম্ বাৰ্ষিক ধৰ্ম-সভা । ইং ১৬/০১/২০২২ তাৰিখত অনুষ্ঠিত নহয় । ৰাজ্যখনৰ কʼৰনা মহা-মাৰীৰ ভয়াভয় ৰূপ ধাৰণ আৰু লʼক ডাউনৰ ফলত সভাখনৰ কাম স্থগিত কৰি ৰখা হৈছে। পৰাৱতি ৰাজ্যৰ মহা-মাৰী আৰু পৰিস্থিতি উন্নতি সাধন হ'লে উক্তসভাখন অনুষ্ঠিত কৰা হ'ব। ধন্যবাদ।

অভ্যৰ্থনা সমিতিৰ হৈ...
মমিনুল ইছলাম

সভাপতি
আল-জামিয়াতুল ইছলামিয়া দাৰুল উলুম
টাপাট্টাৰী।

আজি ২৮/০৬/২০২১ইং তাৰিখ বিয়লি ৪ বজাত "ইমদাদুল কওম্ বায়তুলমাল" ৰ জৰিয়তে কঠিন দুৰাৰোগ্য সকলোক চিকিৎসা আৰু দুখীয়া ছোৱালী...
28/06/2021

আজি ২৮/০৬/২০২১ইং তাৰিখ বিয়লি ৪ বজাত "ইমদাদুল কওম্ বায়তুলমাল" ৰ জৰিয়তে কঠিন দুৰাৰোগ্য সকলোক চিকিৎসা আৰু দুখীয়া ছোৱালীৰ বিবাহৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।
উক্ত অনুষ্ঠানত আমাৰ ইমদাদুল কওম্ বায়তুলমাল মূখ্য উপদেষ্টাৰ লগতে বায়তুলমালৰ সদস্য সকলৰ উপস্থিতিত এই পৱিত্ৰ অনুষ্ঠানটো সামৰি পৰে।
আমাৰ এই পৱিত্ৰ অনুষ্ঠানটিত দুখীয়া বেমাৰী/দুখীয়া লʼৰা-ছোৱালীৰ পঢ়া-শুনা আৰু দুখীয়া ছোৱালীৰ বিবাহৰ বাবে আপোনালোকৰ জাকাত/ফিৎৰা আদি প্ৰদান কৰি দুখীয়াক সহায় কৰাত অংশীদাৰ হয় যেন।

(আজি অনুষ্ঠিত অনুষ্ঠানৰ কেইটামান আলোকচিত্ৰ)

13/04/2021
Happy Islamic Hijre New year 1442
21/08/2020

Happy Islamic Hijre New year 1442

74তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।সকলো ধর্মৰ মানুহে যাতে মিলা প্ৰীতেৰে অসমত বাস কৰিব পাৰো তাৰে কামনা ক...
15/08/2020

74তম স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।সকলো ধর্মৰ মানুহে যাতে মিলা প্ৰীতেৰে অসমত বাস কৰিব পাৰো তাৰে কামনা কৰিলোঁ।

Md Anowar Hussain
Secretary
Emdadul Qaum Baytulmal,
Tapattari

 #ইমদাদুল  #কওম  #বায়তুলমালৰ তৰফৰ পৰা সমূহ ৰাইজ তথা অসমবাসীক পৱিত্ৰ  #ঈদ- #উল  #আজহাৰ হিয়া ভৰা মোবাৰক বাদ জনাইছোঁ লগতে...
28/07/2020

#ইমদাদুল #কওম #বায়তুলমালৰ তৰফৰ পৰা সমূহ ৰাইজ তথা অসমবাসীক পৱিত্ৰ #ঈদ- #উল #আজহাৰ হিয়া ভৰা মোবাৰক বাদ জনাইছোঁ লগতে Covid-19 মহামাৰীৰ পৰা আল্লাহই সকলোকক নিৰাপদত ৰাখক তাৰে কামনাৰে.......

মো: আনোৱাৰ হুছাইন
#সম্পাদক
#ইমদাদুল #কওম #বায়তুলমাল
টাপাট্টাৰী

 #ইমদাদুল  #কওম্  #বায়তুলমাল'ৰ জৰিয়তে আজি আমাৰ  #টাপাট্টাৰী গাঁৱৰ কঠিন দুৰাৰোগ্যত আক্ৰান্ত সকলক আৰ্থিক সাহাৰ্য্য আৰু দুখ...
14/06/2020

#ইমদাদুল #কওম্ #বায়তুলমাল'ৰ জৰিয়তে আজি আমাৰ #টাপাট্টাৰী গাঁৱৰ কঠিন দুৰাৰোগ্যত আক্ৰান্ত সকলক আৰ্থিক সাহাৰ্য্য আৰু দুখীয়া কিছু পৰিয়ালক ক'ভিড-১৯ ৰ ফলত
#চাউল #নিমক #আলু #পিয়াঁজ #মিঠা তেল #ডালী আদিৰে পেকেজ বিতৰণ কৰা হয়।

Address

Abhayapuri

Telephone

+917086831261

Website

Alerts

Be the first to know and let us send you an email when Emdadul QAUM Maszidenoor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Place Of Worship

Send a message to Emdadul QAUM Maszidenoor:

Share