True sprit of ISLAM

True sprit of ISLAM Learn Islam
Discuss Islam

UPSC ৰ ফ্ৰি কোচিংৰ বাবে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে জামিয়া মিলিয়াত আবেদন কৰিব পাৰে, এইবাৰ তাত 31 জনে পাইছে!
17/04/2024

UPSC ৰ ফ্ৰি কোচিংৰ বাবে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে জামিয়া মিলিয়াত আবেদন কৰিব পাৰে, এইবাৰ তাত 31 জনে পাইছে!

25/03/2024

সময় বৰ নিষ্ঠুৰ আকৌ সময় অতিকে উদাৰ!
এই সময়েই যুগেযুগে গঢ়িছে সভ্যতা,
আকৌ এই সময়েই জহাই খহাই নিশ্চিহ্ন কৰিছে
শতসহস্ৰ জাউতী যুগীয়া অট্টালিকা;

চৰাই চিৰিকটি,
ফলমূল ফুলনিৰে সজাইছে ধৰণী,
কৰবাত শিলাবৃষ্টি কৰবাত অনাবৃষ্টি
আৰু কৰবাত বোৱাইছে চুনামী!

ফুল কুমলীয়া শিশু,
সুঠাম সবল ডেকা বা লাৱণ্যময়ী ৰমণী
আৰু কিমানযে আবাল বৃদ্ধ বনিতা;
সময়ৰ হাতোৰাৰ পৰা বাচিছে জানো কোনোবা!!

এদিন নিঃশেষ হব এই নশ্বৰ দেহা,
পচোৱা বতাহে উৰুৱাই নিব আমাৰ সকলো স্পৰ্ধা৷
হয়তো ধূলিৰ লগত মিলি,
পলস হৈ জীপাল কৰি তুলিম
ক্ষীণাই শুকাই মৰহি যাব ধৰা
কোনোবা জোপা দুবৰি বনক৷৷

আমি শুষ্ক মৰুৰ পৰা উৰ্বৰা ভূমি,
হীমশীতল পৰ্বতমালাৰ পৰা
সমুদ্ৰৰ গভীৰ বুকুলৈকে;
পৰম উল্লাসেৰে ইতিহাস ৰচিছো!

কৰবাত সভ্যতাৰ সাতোৰঙী চিঁয়াহীৰে
মানচিত্ৰ আকিঁছো,
আৰু কৰবাত ৰঙা শোণিতৰ
ফাকু ছটিয়াই
কেনভাচৰ বেকগ্ৰাউণ্ড কালাৰ
ৰঙচুৱা কৰিছো;

আদিমৰ পৰা বৰ্তমানলৈকে
এই অনাদি কাল
আমাৰ বিৰামবিহীন
অবিৰত যাত্ৰা,
আমাৰ অস্তিত্ব অবিনশ্বৰ
অনাদি অনন্ত
সেয়ে সকলো হেঙাৰ পৰাভূত কৰি
বিজয় ধ্বজা উৰুৱাইছো!

সভ্যতাৰ প্ৰতিটো খোজতে
অনাহকতে
ধ্বংসৰ তাণ্ডৱ চলাই
আমাৰ সূক্ষ্ম নিৰীক্ষণত
মানৱাতৰ কৰুণ ছবি ধৰা নপৰিল,
বধিৰৰ কৰ্ণগোহৰত
অৱহেলিত আৰু উপেক্ষিত
মানৱতাৰ আৰ্তনাদ
এবাৰো প্ৰতিধ্বনিত নহল!!!

সমুহীয়া ইফতাৰ পাৰ্টি !!
24/03/2024

সমুহীয়া ইফতাৰ পাৰ্টি !!

24/03/2024

যিবোৰ মানুহে সদায় কুকুৰ মেকুৰীৰ দৰে বেয়া ব্যৱহাৰ কৰিছে, জুলুম অত্যাচাৰ কৰিছে, সেইবোৰৰ লগত যোগ দিবলৈ আত্মসন্মান নথকা কিমান ডাঙৰ মুনাফিক হব লাগিব! উচ্ছিষ্ট খোৱা নিৰ্লজ্জহঁত !!!

01/06/2022

#পবিত্র_কোৰআনৰ_কেইটামান_গুৰুত্বপূৰ্ণ_নির্দেশনাঃ-

০১. কথাবার্তাত কর্কশ নহ'ব। (০৩ঃ১৫৯)
০২. ক্ৰোধ/খং ক নিয়ন্ত্রণ কৰক (০৩ঃ১৩৪)।
০৩. আনৰ সৈতে ভাল ব্যৱহাৰ কৰক। (০৪ঃ ৩৬)
০৪. অহংকাৰ নকৰিব। (০৭ঃ ১৩)
০৫. আনক তাৰ ভুলৰ বাবে ক্ষমা কৰক(০৭ঃ ১৯৯)
০৬. লোকৰ সৈতে ধীৰস্থিৰ হৈ শান্তভাবে কথা কওক। (২০ঃ ৪৪)
০৭. উচ্চস্বৰত কথা নকব। (৩১ঃ ১৯)
০৮. আনক উপহাস নকৰিব। (৪৯ঃ ১১)
০৯. পিতামাতাৰ প্রতি দায়িত্বশীল আচৰণ কৰক। (১৭ঃ ২৩)
১০. পিতামাতাৰ প্রতি অসম্মানজনক শব্দ উচ্চাৰণ নকৰিব। (১৭ঃ ২৩)
১১. অনুমতি নোলোৱাকৈ পিতামাতাৰ শোৱা ঘৰত প্রবেশ নকৰিব। (২৪ঃ ৫৮)
১২. ঋণ গ্রহণ কৰিলে সেয়া লিখি ৰাখক। (০২ঃ ২৮২)
১৩. কাকো অন্ধভাবে অনুসৰণ নকৰিব। (০২ঃ ১৭০)
১৪. ঋণ গ্রহণকাৰীৰ কঠিন পৰিস্থিতিত পৰিশোধৰ সময় বঢ়াই দিয়ক। (২ঃ ২৮০)
১৫. কেতিয়াও সুদ(সুত)ৰ সৈতে জড়িত নহ'ব। (০২ঃ ২৭৫)
১৬. কেতিয়াও ঘুষ( মানুহৰ ধন-সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ)ৰ সৈতে জড়িত নহ'ব। (০২ঃ১৮৮)
১৭. প্রতিশ্রুতি ভঙ্গ নকৰিব। (০২ঃ১৭৭)
১৮. আস্থা ৰাখক (০২ঃ ২৮৩)
১৯. সত্যক মিথ্যাৰ সৈতে মিশ্রিত নকৰিব। (২:৪২)
২০. ইনছাফ (ন্যায়পৰায়নতা) ৰ সৈতে বিচাৰ কৰিব। (০৪ঃ ৫৮)
২১. ন্যায়বিচাৰত দৃঢ় প্ৰতিষ্ঠিত থাকিব।(০৪: ১৩৫)
২২. মৃতকৰ সম্পদ সিহঁতৰ পৰিয়ালৰ সদস্য সকলৰ মাজত সুষ্ঠভাবে বিতৰণ কৰক। (০৪ঃ ০৭)
২৩. মহিলা উত্তৰাধিকাৰীৰ অধিকাৰ/সম্পত্তি আদায় কৰক। (০৪ঃ ০৭)
২৪. ইয়াতিমৰ সম্পত্তি গ্রাস নকৰিব। (০৪:১০)
২৫. ইয়াতিম সকলৰ বাবে সুব্যৱস্হা কৰা উত্তম। (০২:২২০)
২৬. আনৰ সম্পদ অন্যায়ভাবে গ্রাস নকৰিব। (০৪ঃ ২৯)
২৭. মানুহৰ মাজত বিৰোধ নিষ্পত্তি কৰাৰ চেষ্টা কৰক। (৪৯ঃ ০৯)
২৮. অতিমাত্ৰা সন্দেহ এৰাই চলক। (৪৯ঃ ১২)
২৯. গোপনীয়তা সন্ধান নকৰিব, গীবত নকৰিব। (৪৯ঃ ১২)
৩০. আল্লাহৰ বিধান অনুযায়ী বিচাৰ কৰক। (০৫ঃ ৪৫)
৩১. ছাদাকা(আল্লাহৰ পথ)ত সম্পদ ব্যয় কৰক। (৫৭ঃ০৭)
৩২.দৰিদ্র/দুখীয়াক খাদ্য খোৱাওক। (১০৭ঃ ০৩)
৩৩. অভাৱীক অভাৱ পূৰনৰ উপায় দেখুৱাই দিয়ক । (০২ঃ ২৭৩)
৩৪. অপব্যয় নকৰিব। (১৭ঃ ২৯)
৩৫. দানৰ কথা সমালোচনা নকৰিব। (০২ঃ ২৬৪)
৩৬. অতিথিক সম্মান কৰক। (৫১ঃ ২৬)
৩৭. আগতে নিজে আমল কৰক তাৰ পিছত সংশ্লিষ্ট বিষয়ত আনক আমল কৰাৰ আদেশ দিয়ক। (০২ঃ৪৪)
৪০. কেৱল সিহঁতৰ লগত যুদ্ধ কৰক, যি সকলে আপোনাৰ লগত যুদ্ধ কৰে। (০২ঃ ১৯০)
৪১.আল্লাহ্ আৰু ৰাছুলৰ আনুগত্য কৰক।(০৪ঃ৬৯)
৪২.আখিৰাত অৰ্থাৎ শেষ দিৱসৰ প্ৰতি পূৰ্ণ বিশ্বাসী হওঁক।(০২ঃ০৪)
৪৩. দ্বীন গ্ৰহণৰ ক্ষেত্ৰত জোৰ-জবৰদস্তি নকৰিব। (০২ঃ ২৫৬)
৪৪. সকলো নবী/ৰাছুলৰ ওপৰত ঈমান আনক। (২: ২৮৫)
৪৫. হায়েজ অৱস্থাত স্ত্ৰী সংগমৰ পৰা বিৰত থাকক। (০২ঃ ২২২)
৪৬.মাতৃসকলে শিশুক পূর্ণ দুবছৰ স্তন্য পান কৰাব। (০২ঃ ২৩৩)
৪৭.অশ্লীল/ব্যভিচাৰ(যিনাৰ) ওচৰলৈকেও নাযাব। (১৭ঃ ৩২)
৪৮. যোগ্যতা অনুসৰি নেতৃত্বৰ দায়িত্ব অর্পণ কৰক। (০২ঃ ২৪৭)
৪৯. কোনো ব্যক্তিক সামর্থৰ বাহিৰত বোজা চপাই নিদিব। (০২ঃ ২৮৬)
৫০. পৰস্পৰৰ মাজত বিচ্ছিন্নতা/বিচ্ছেদ নঘটাব। (০৩ঃ ১০৩)
৫১. মহাবিশ্বৰ বিস্ময় ও সৃষ্টি সম্পর্কে গভীৰভাবে চিন্তা কৰক (৩: ১৯১)
৫২. আমল অনুযায়ী পুৰুষ ও মহিলাসকলে সমান পুৰষ্কাৰ পাব; সেয়ে আমল কৰক। (৩: ১৯৫)
৫৩. 'মাহৰাম' আত্মীয়ক বিবাহ নকৰিব। (০৪ঃ ২৩)
৫৪. পুৰুষ হিচাপে মহিলাসকলক সুৰক্ষা দিয়ক। (০৪ঃ ৩৪)
৫৫. কৃপণ নহ'ব । (০৪ঃ ৩৭)
৫৬. অন্তৰত ঈৰ্ষা ভাৱ পুহি নাৰাখিব। (০৪ঃ ৫৪)
৫৭. এজনে আনজনক হত্যা নকৰিব। (০৪ঃ ৯২)
৫৮. প্রতাৰণাৰ পক্ষত ওকালতি নকৰিব। (০৪ঃ ১০৫)
৫৯. পাপ কামত আৰু সীমালংঘনত সহযোগিতা নকৰিব। (০৫ঃ০২)
৬০. সৎ কামত সহযোগিতা কৰক। (০৫ঃ ০২)
৬১. সংখ্যাগৰিষ্ঠতা হ'লেই সিহঁতৰ কথা সত্য বুলি গ্রহণ নকৰিব। ( ০৬ঃ ১১৬)
৬২. ন্যায়বিচাৰ কৰক। (০৫ঃ ০৮)
৬৩. অপৰাধীক দৃষ্টান্তমূলক শাস্তি দিয়ক। (০৫ঃ ৩৮)
৬৪. পাপ ও বেআইনী কামৰ বিৰুদ্ধে সংঘৰ্ষ কৰক (০৫ঃ ৬৩)
৬৫. মৃত প্রাণী, তেজ, শুকৰ(গাহৰি)ৰ মাংস ভক্ষণৰ পৰা দূৰত থাকক। (০৫ঃ ০৩)
৬৬. মাদক আৰু অ্যালকহল বৰ্জন কৰক।(৫:৯০)
৬৭. জুৱা নেখেলিব। (০৫ঃ ৯০)
৬৮. অন্য ধর্মৰ উপাসক/দেৱ-দেৱীক অবমাননা/গালি-শপনি নকৰিব। (০৬ঃ ১০৮)
৬৯. ক্রেতাক ঠগিবৰ উদ্দ্যেশ্যে মাপ/জোখত কম নিদিব। (০৬ঃ ১৫২)
৭০. খাওক আৰু পান কৰক; কিন্তু অপচয় নকৰিব। (০৭ঃ ৩১)
৭১. নামাজৰ সময়ত ভাল/সুন্দৰ/পৱিত্ৰ পোশাক পৰিধান কৰক। (০৭ঃ ৩১)
৭২. আশ্রয়প্রার্থীক সুৰক্ষা দিয়ক, সহযোগিতা কৰক। (০৯ঃ ০৬)
৭৩. বিশুদ্ধতা/পৱিত্ৰতাক উত্তমৰূপে ধৰি ৰাখক। (০৯ঃ ১০৮)
৭৪. আল্লাহৰ ৰহমতৰ আশা কেতিয়াও পৰিত্যাগ নকৰিব। (১২ঃ ৮৭)
৭৫. অজ্ঞতাবশত ভুল কৰিলে আল্লাহৰ ক্ষমা প্রত্যাশা কৰক। ( ১৬ঃ ১১৯)
৭৬. মানুহক আল্লাহৰ পথত আহ্বান কৰক হিকমা ও উত্তমভাবে। (১৬ঃ ১২৫)
৭৭. কোনো বহনকাৰীয়ে আনৰ পাপৰ বোজা বহন নকৰে ,বিশ্বাস কৰক। (১৭ঃ ১৫)
৭৮. দৰিদ্ৰতাৰ ভয়ত আপোনাৰ সন্তানক হত্যা নকৰিব। (১৭ঃ ৩১)
৭৯. যি বিষয়ে আপোনাৰ জ্ঞান নাই, সে বিষয়ত আনৰ পিছত নালাগিব। (১৭ঃ ৩৬)
৮০. নিৰর্থক কামৰ পৰা দূৰত থাকক। (২৩ঃ ০৩)
৮১. অনুমতি নোলোৱাকৈ আনৰ ঘৰত প্রবেশ নকৰিব। (২৪ঃ ২৭)
৮২. যিসকলে আল্লাহক দৃঢ়ভাবে বিশ্বাস কৰে, সিঁহতৰ ভাৱে আল্লাহে নিৰাপত্তাৰ ব্যবস্থা কৰিব,এই বিশ্বাস ৰাখক। (২৪:৫৫)
৮৩. জমিনত নম্রভাবে চলা ফিৰা কৰক। (২৫ঃ ৬৩)
৮৪. পৃথিবীতে আপোনাৰ অংশক অবহেলা নকৰিব। (২৮ঃ ৭৭)
৮৫. আল্লাহৰ লগত আন কোনো উপাস্যক নামাতিব। (২৮ঃ ৮৮)
৮৬. সমকামিতাৰ ঘৃণনীয় কামত লিপ্ত নহ'ব। (২৯ঃ ২৯)
৮৭. সৎ কামৰ আদেশ দিয়ক, অসৎ কামত বাধা দিয়ক। (৩১ঃ ১৭)
৮৮. জমিন(পৃথিৱী)ৰ ওপৰত দম্ভভৰে/উদ্ধত ভাৱে বিচৰণ নকৰিব। (৩১ঃ ১৮)
৮৯. মহিলাসকলে জাকজমকপূর্ণ পোষাক প্রদর্শন কৰি ঘূৰি নুফুৰিব। (৩৩ঃ ৩৩)
৯০.আল্লাহ সকলো গুনাহ ক্ষমা কৰি দিব,বিশ্বাস ৰাখক। (৩৯ঃ ৫৩)
৯১. আল্লাহৰ ৰহমত (অনুগ্ৰহ) ৰ পৰা নিৰাশ নহব। (৩৯ঃ ৫৩)
৯২. ভালৰ দ্বাৰা মন্দ(বেয়া)ক প্রতিহত কৰক। (৪১ঃ ৩৪)
৯৩. পাৰস্পৰিক পৰামর্শৰ মাধ্যমত সিদ্ধান্ত গ্রহণ কৰক। (৪২ঃ ১৩)
৯৪. সর্বোত্তম মানুষ(মুত্তাকীন) হোৱাৰ চেষ্টা কৰক। (৪৯ঃ ১৩)
৯৫. বৈৰাগ্যবাদী/সন্ন্যাসবাদী নহ'ব। ( ৫৭ঃ ২৭)
৯৬. জ্ঞান অন্বেষণত ব্যাপৃত(নিযুক্ত/জড়িত)হওক।(জ্ঞান অন্বেষণকাৰীৰ বাবে আল্লাহ ৰাখিছে উচ্চ মৰ্যাদা)।( ৫৮ঃ ১১)
৯৭. অমুছলিমৰ সৈতে সদয় আৰু নিৰপেক্ষ আচৰণ কৰক। (৬০ঃ ০৮)
৯৮. লোভৰ পৰা নিজকে বচাওক। (৬৪ঃ ১৬)
৯৯. আল্লাহৰ ওচৰত ক্ষমা প্রার্থনা কৰক। (৭৩ঃ ২০)
১০০. ভিক্ষুকক ওভতাই নিদিব।(৯৩ঃ ১০)

(আল্লাহ তা'আলাই সকলোকে পৱিত্ৰ কোৰআনৰ বিভিন্ন নিৰ্দেশনা সমূহ মানি চলাৰ তৌফিক দান কৰক।আমিন।🤲)

সংগ্ৰাহক-- চফুৰা বেগম

07/03/2019

Who is Prophet Muhammad, may peace and
blessings be upon him?
ﻣﻦ ﻫﻮ ﻣﺤﻤّﺪ، ﺻﻞ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠّﻢ؟
He is the one who defended the rights of all
humanity 1400 years ago.
ﻫﻮ ﺍﻟﺬﻱ ﺩﺍﻓﻊ ﻋﻦ ﺣﻘﻮﻕ ﻛﻞ ﺍﻟﺒﺸﺮ ﻣﻨﺬ 1400 ﻋﺎﻡ .
He defended men's, women's and children rights
ﺣﻔﻆ ﺣﻘﻮﻕ ﺍﻟﺮﺟﺎﻝ ﻭﺣﻘﻮﻕ ﺍﻟﻨﺴﺎﺀ ﻭﺣﻘﻮﻕ ﺍﻟﺼﻐﺎﺭ
He commanded and fostered the love between
relatives and neighbors
ﺃﻣﺮ ﺑﺎﻟﺤﺐ ﻭﺍﻟﻮﺩ ﺑﻴﻦ ﺍﻷﻗﺎﺭﺏ ﻭﺍﻟﺠﻴﺮﺍﻥ
He established a coexistence relationship between
Muslims and Non-Muslims
ﻭﺃﺳﺲ ﻋﻼﻗﺔ ﺗﻌﺎﻳﺶ ﺑﻴﻦ ﺍﻟﻤﺴﻠﻤﻴﻦ ﻭﻏﻴﺮ ﺍﻟﻤﺴﻠﻤﻴﻦ
He organized the relationship between the
members of the family putting duties on sons and
daughters towards the parents
ﻭﻧﻈﻢ ﺍﻟﻌﻼﻗﺎﺕ ﺍﻷﺳﺮﻳﺔ ﺍﻟﺘﻲ ﺗﻀﻤﻦ ﻟﻸﺏ ﻭﻟﻸﻡ ﺣﻘﻮﻕ ﻛﺒﻴﺮﺓ ﻭﻋﻈﻴﻤﺔ ﻋﻠﻰ
ﺃﺑﻨﺎﺋﻬﻢ
He fought injustice, called for justice, love, unity
and cooperation for the good.
ﻣﻨﻊ ﺍﻟﻈﻠﻢ ﻭﺩﻋﺎ ﻟﻠﻌﺪﻝ ﻭ ﺍﻟﻤﺤﺒﺔ ﻭﺍﻟﺘﻜﺎﺗﻒ ﻭﺍﻟﺘﻌﺎﻭﻥ ﻟﻠﺨﻴﺮ
He called for helping the needy, visiting the
patients, love and exchanging advises between
people.
ﺩﻋﺎ ﻟﻤﺴﺎﻋﺪﺓ ﺍﻟﻤﺤﺘﺎﺝ ﻭﺯﻳﺎﺭﺓ ﺍﻟﻤﺮﻳﺾ ﻭﺍﻟﻤﺤﺒﺔ ﻭﺍﻟﺘﻨﺎﺻﺢ ﺑﻴﻦ ﺍﻟﻨﺎﺱ
He prohibited (by orders from God) bad manners
such as stealing, lying, torturing and murdering.
ﻣﻨﻊ ﻋﻠﻰ ﺍﻟﻤﺴﻠﻤﻴﻦ ﺍﻟﻤﻌﺎﻣﻼﺕ ﺍﻟﺴﻴﺌﺔ ﻣﺜﻞ ﺍﻟﺴﺮﻗﺔ ﻭﺍﻟﻐﺶ ﻭﺍﻟﻘﺘﻞ ﻭﺍﻟﻈﻠﻢ
He is the one who changed our lives and manners
to be better.
ﺇﻧﻪ ﻣﻦ ﻏﻴﺮ ﺣﻴﺎﺗﻨﺎ ﻭﻃﺒﺎﻋﻨﺎ ﺍﻟﺴﻴﺌﺔ ﺇﻟﻰ ﺣﺴﻨﺔ
A Muslim doesn't steal
ﺍﻟﻤﺴﻠﻢ .. ﻻ ﻳﺴﺮﻕ
A Muslim doesn't lie
ﺍﻟﻤﺴﻠﻢ ﻻ ﻳﻜﺬﺏ
A Muslim doesn't drink alcohol.
ﺍﻟﻤﺴﻠﻢ ﻻ ﻳﺸﺮﺏ ﺍﻟﺨﻤﺮ
A Muslim doesn't commit adultery
ﺍﻟﻤﺴﻠﻢ ﻻ ﻳﺰﻧﻰ
A Muslim doesn't cheat
ﺍﻟﻤﺴﻠﻢ ﻻ ﻳﻐﺶ
A Muslim doesn't kill innocent people
ﺍﻟﻤﺴﻠﻢ ﻻ ﻳﻘﺘﻞ ﺍﻷﺑﺮﻳﺎﺀ
A Muslim doesn't harm his neighbors
ﺍﻟﻤﺴﻠﻢ ﻻ ﻳﺆﺫﻱ ﺟﺎﺭﺓ
A Muslim obeys his parents and helps them
ﺍﻟﻤﺴﻠﻢ ﻳﺒﺮ ﺑﻮﺍﻟﺪﻳﻪ ﻭ ﻳﺨﺪﻣﻬﻤﺎ
A Muslim is kind to young and elderly people, to
women and to weak people.
ﺍﻟﻤﺴﻠﻢ ﻳﻌﻄﻒ ﻋﻠﻰ ﺍﻟﺼﻐﺎﺭ ﻭﻋﻠﻰ ﺍﻟﻨﺴﺎﺀ ﻭﻋﻠﻰ ﺍﻟﻀﻌﻔﺎﺀ ﻭﻛﺒﺎﺭ ﺍﻟﺴﻦ
A Muslim doesn't torture humans or even animals,
and does not harm trees
ﺍﻟﻤﺴﻠﻢ ﻻ ﻳﻌﺬﺏ ﺍﻟﺒﺸﺮ ﻭﻻ ﺍﻟﺤﻴﻮﺍﻧﺎﺕ ﻭﻻ ﻳﺆﺫﻱ ﺍﻷﺷﺠﺎﺭ
A Muslim loves his wife and takes care of his
children and show mercy towards them until the
last day of his life.
ﺍﻟﻤﺴﻠﻢ ﻳﺮﺣﻢ ﻭﻳﺤﺐ ﺯﻭﺟﺘﻪ ﻭﻳﻬﺘﻢ ﻭ ﻳﻌﻄﻒ ﻋﻞ ﺃﺑﻨﺎﺀﻩ ﺣﺘﻰ ﺁﺧﺮ ﻳﻮﻡ ﻣﻦ
ﻋﻤﺮﻩ
A Muslim's relationship towards his children never
stops even when they become adults
ﺍﻟﻤﺴﻠﻢ ﻻ ﺗﻨﺘﻬﻲ ﻋﻼﻗﺘﻪ ﺑﺄﻭﻻﺩﻩ ﺑﻌﺪ ﺳﻦ ﺍﻟﺮﺷﺪ ﺃﺑﺪﺍ
He is Muhammad (PBUH)
ﺇﻧﻪ ﻣﺤﻤﺪ ﺭﺳﻮﻝ ﺍﻟﻠﻪ ﺻﻞ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ
Did you know why all Muslims love Muhammad
(PBUH)?
ﻫﻞ ﻋﺮﻓﺘﻢ ﻟﻤﺎﺫﺍ ﻳﺤﺐ ﻛﻞ ﺍﻟﻤﺴﻠﻤﻮﻥ ﻣﺤﻤﺪ ﺻﻞ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ؟
Did you know what does Muhammad mean for
Muslims?
ﻫﻞ ﻋﺮﻓﺘﻢ ﻣﺎﺫﺍ ﻳﻌﻨﻰ ﻣﺤﻤﺪ ﺻﻞ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ﻟﻠﻤﺴﻠﻤﻴﻦ؟
Every Muslim loves Muhammad (peace be upon
him) more than himself and more than everything
in his life.
ﻛﻞ ﻣﺴﻠﻢ ﻳﺤﺐ ﻣﺤﻤﺪ ﺻﻞ ﺍﻟﻠﻪ ﻋﻠﻴﻪ ﻭﺳﻠﻢ ﺃﻛﺜﺮ ﻣﻦ ﻛﻞ ﺷﺊ
Before judging a Muslim be fair and:
ﻗﺒﻞ ﺃﻥ ﺗﺤﻜﻢ ﻋﻠﻲ ﺃﻱ ﻣﺴﻠﻢ ﻛﻦ ﻣﺤﺎﻳﺪ :
1-Listen to this person, and watch his doings.
1- ﺃﺳﻤﻊ ﻣﻨﻪ ﻫﻮ ﺷﺨﺼﻴﺎً ، ﺃﺳﺘﻤﻊ ﺍﻟﻲ ﺃﻓﻜﺎﺭﻩ ﻭﻣﻌﺘﻘﺪﺍﺗﻪ ﻭﻻﺣﻆ ﺃﻓﻌﻠﻪ .
2-Compare his ideas and teachings with what is
Islam and Prophet Mohammad PBUH ordered.
2- ﻗﻢ ﺑﻤﻘﺎﺭﻧﺔ ﺃﻓﻜﺎﺭﻩ ﻭﻣﻌﺘﻘﺪﺍﺗﻪ ﺑﻤﺎ ﺩﻋﺎ ﻟﻪ ﺍﻹﺳﻼﻡ.
3-If you think that his thoughts are typical to that
of Islam and Prophet
Mohammad PBUH, and then compare them with
his doings; is he applying
these teachings?
3- ﺇﺫﺍ ﺗﻄﺎﺑﻘﺖ ﺃﻓﻜﺎﺭﻩ ﻭﻣﻌﺘﻘﺪﺍﺗﻪ ﻣﻊ ﻣﺎ ﺩﻋﺎ ﻟﻪ ﺍﻹﺳﻼﻡ ﻓﺄﻧﻈﺮ ﺇﻟﻲ
ﺃﻓﻌﺎﻟﻪ، ﻫﻞ ﻫﻲ ﻣﺘﻄﺎﺑﻘﺔ ﻣﻊ ﺃﻓﻜﺎﺭﻩ ﻭﻣﻌﺘﻘﺪﺍﺗﻪ؟
4-If
he is applying these teachings and sayings, so for
sure represents
Islam, if not then he calls himself a Muslim but
doesn't represent
Islam.
4- ﺇﺫﺍ ﻛﺎﻧﺖ ﺃﻓﻌﺎﻟﻪ ﺗﻄﺎﺑﻖ ﺃﻓﻜﺎﺭﻩ ﻭﻣﻌﺘﻘﺪﺍﺗﻪ ﻓﻬﻮ ﻳﻤﺜﻞ ﺍﻹﺳﻼﻡ، ﺇﺫﺍ ﻛﺎﻧﺖ
ﺗﺘﻨﺎﻗﺾ ﻓﻬﻮ ﻳﺪﻋﻲ ﺃﻧﻪ ﻣﺴﻠﻢ ﻭﻟﻜﻦ ﻻ ﻳﻤﺜﻞ ﺍﻹﺳﻼﻡ
Hint:
Prophet Mohammad is the best Muslim, no Muslim
can be as perfect as he
was, Muslims try their best to be the typical
Muslim like Prophet
Mohammad PBUH but sometimes they disobey God
and Prophet Mohammad PBUH
as they are normal humans who are subject to do
wrong but the repent and
get back to the right path.
by
Nad la

"6 Quran Quotes That Teach Love, Tolerance and Freedom of Religion
07/03/2019

"6 Quran Quotes That Teach Love, Tolerance and Freedom of Religion

Islam according to the Quran teaches love and compassion for every human being, no matter their religion, says Turkish author Adnan Oktar whose television show is watched by millions in the Arab world. He argues that violent and intolerant beliefs about Islam go against the teachings of the Quran an...

13/01/2019

Few introductory lines of our beloved prophet Muhammed s.w.s.(peace be upon him) in the language of Yahya Adel Ibraheem.

Here is a piece I wrote about al-Mustafa, the
Chosen One that will help you along that path.
From a distance you notice his eyes – piercing,
brilliant and engaging. The choicest Praise and
Mercy of Allah be upon him. Muhammed, the
Praised one is Ahmed, the greatest in Praise of
Allah; sublimely appropriate. Al-Mustapha, the
Divinely Chosen, is real. He was flesh and blood.
Human.
I love him, O Allah, I love him sal Allahu alayhi wa
sallam.
In a world of distortion, where truth is overcome by
fiction, the full moon rises. Although obscured by
shadows or an overcast sky, the moon remains.
Such is the fame and honour of Muhammed, sal
Allahu alayhi wa sallam.
Of average height, he towers above the elite of
history. He would stand fully erect without a lazy
slump. He was powerful, sal Allahu alayhi wa
sallam. His chest was broad with a dusting of hair
that extended vertically in a thin line down to his
flat stomach, sal Allahu alayhi wa sallam.
Any kind of hardships you can envision and pray to
never face was shouldered by him, sal Allahu
alayhi wa sallam, simultaneously.
He experienced in his 63 years of blessed life more
tribulation than a cohort. He, sal Allahu alayhi wa
sallam, was an orphan, a widower, battle scarred,
and unjustly outcast. He outlived many of his
children and buried some of his grandchildren. His
uncle, the Mercy of Allah be upon him, was
martyred and his body desecrated. He, sal Allahu
alayhi wa sallam, was defamed, mocked, lied to
and lied about. He was poisoned, stoned, and had
to witness his companions tortured on account of
their faith in his Message, sal Allahu alayhi wa
sallam.,
Sabraan, remain steadfast in patience, O Family of
Yasser; your destination is Paradise. His teaching
was simple. Allah, the All Mighty, is the only One
deserving of worship and devotion. All that we
encounter is by His Command. No harm can befall
without His Permission.
His hair, sal Allahu alayhi wa sallam, was black
and wavy. He liked to keep it longer in length,
usually not past his earlobes. It contained a few
gray strands, about 23 in number. With dark irises
he could, by Divine Permission, view a world that
was unseen. He had long, dark eyelashes that from
a distance could be mistaken for kohl. He, sal
Allahu alayhi wa sallam, would not avert his
attention from a petitioner until their voice fell
silent. His eyes would sleep but his heart was
awake. His eyes never betrayed or invited
treachery, sal Allahu alayhi wa sallam.
The weakest, poorest and socially downtrodden
would access him, sal Allahu alayhi wa sallam, as
readily as the chieftains. He sheltered the needy,
fed the hungry, protected the vulnerable, guarded
the secrets and instructed the uninformed. He, sal
Allahu alayhi wa sallam, was calm when others
were agitated, loving when others were filled with
hate, and polite when shown contempt. He, sal
Allahu alayhi wa sallam, is the highest standard of
character and the spring of Divinely ordained
etiquette.
His skin, sal Allahu alayhi wa sallam, was soft and
naturally fragrant. His blessed hands were softer
than silk and gave off the scent of aromatic musk.
He was reddish in colour. He was not dark, nor
was he pale. His skin was blemished with the seal
of prophethood between his shoulder blades. He
was proportional in all respects, sal Allahu alayhi
wa sallam.
In his prayer, he found comfort and pleasure. His
voice quivered in awe of the All Mighty. When
leading others, he would, for the most part, recite
from al-Qisar (the short chapters). If he heard a
child crying, he would cut the recitation short to
relieve the parent of any distress. His, sal Allahu
alayhi wa sallam, grandchildren would ride atop his
back during his prostration, and he would not
move until they felt content. His voice was
measured, and he paused at the end of every
verse. He would recite the Qur'an in various
accents to accommodate all the dialects of his
companions. When alone at night, he would pray.
He would remain vigilant for half the night,
sometimes more, sometimes less. When he recited
a passage addressing Allah's Divine Mercy, he
would stop and ask for it. If one of torment, he
would seek protection from it, sal Allahu alayhi wa
sallam.
His face, sal Allahu alayhi wa sallam, was
manifest beauty. His eyes were well set apart and
covered by full brows. They were not sunk into his
face or overtly protruding. His mouth smelled
sweet, and his teeth were always clean and white.
His saliva was a medicine and blessing, sal Allahu
alayhi wa sallam. By the Grace of Allah, it was a
cure to the blind, increase in food to the poor, and
an ointment to the disfigured. He had a full, dark
beard that obscured his slender long neck from a
distance. His smile was radiant, sal Allahu alayhi
wa sallam.
He was soft spoken except when he sermonised on
Friday. His voice was melodious and captivating.
He spoke only when necessary and refrained from
idle chit-chat. His, sal Allahu alayhi wa sallam,
tongue was true. He loved to listen and would ask
questions of those whom he instructed. He was
modest and sensitive to the needs and feelings of
others. He smiled and laughed often, seldom
loudly.
When he, sal Allahu alayhi wa sallam, was
displeased, it could be read from his face. He never
raised his hand against another living creature
except during Divinely ordained battle. He, sal
Allahu alayhi wa sallam, was courageous and led
from the forefront. He stood in the ranks of his
soldiers and faced the hardship they endured. He
ate what they ate, slept where they slept and
dressed as they dressed. He, sal Allahu alayhi wa
sallam, was a man unlike the world has ever seen.
He, sal Allahu alayhi wa sallam, dressed similar to
his compatriots. He never owned a throne or regal
markings to distinguish himself, sal Allahu alayhi
wa sallam, from others. He would walk without an
es**rt and disliked sentries being placed to guard
him. He preferred neutral shades of white, green
and black to clothe himself with. When he ate, it
was never to his fill, and he always ate while
sharing his food with others. He loved milk, dates
and honey. His favourite dish was tharrid –
roasted mutton on buttered bread and broth.
He, sal Allahu alayhi wa sallam, cared for the earth
and despised wastefulness and corruption. He was
a tree hugger LITERALLY. He loved animals and
instructed his companions to show kindness to
them. When a camel wept, he would stroke it and
speak to it in hushed tones. When the tree
whimpered, he paused his sermon and embraced
its trunk, whispering to it soothing words of
comfort. Animals took comfort in him, sal Allahu
alayhi wa sallam.
Today, his modality of life and tradition remain
intact, preserved not only in print, but in conscious
spirit.
He loved us so much, sal Allahu alayhi wa sallam.
He would think of those who would believe in him
many generations after his generation and weep in
longing and hope. He loved us more than some
care to consider. Every Messenger of God was
allowed a request that would be answered by
Allah. All the Messengers utilised their invocation in
the worldly life except for Muhammed, sal Allahu
alayhi wa sallam. He, sal Allahu alayhi wa sallam,
preserved his invocation to be intercession on the
Day of Judgement for those who accept his
message!
None can truly claim faith until Muhammed, sal
Allahu alayhi wa sallam is more beloved to them
than their parents, spouse and children. To know
him is to love him. To love him is to obey him. If
he, sal Allahu alayhi wa sallam, was to walk into
your life now, what would he think?
O you who believe, send your greetings to
Muhammed, sal Allahu alayhi wa sallam.

14/02/2018

Welcome to the new sphere of knowledge and truth..
Share views.,

Address

Guwahati

Telephone

8752930180

Website

Alerts

Be the first to know and let us send you an email when True sprit of ISLAM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share