Bajrang Dal-Uttar Purva Prant

Bajrang Dal-Uttar Purva Prant Bajrang Dal is Hindu organization the youth wing of
the VHP\ Formation 8 October 1984 \ Motto-Service
safety & culture.

১/ "আত্মৰক্ষা" আমাৰ কৰ্ত্তব্য ।২/ "শান্তি - সম্প্ৰীতি" আমাৰ লক্ষ্য ।৩/ সেৱা ,সুৰক্ষা ,সংস্কাৰ মাধ্যমৰে হিন্দু যুৱকক সংগঠিত কৰি হিন্দুত্ব আৰু ৰাষ্ট্ৰ ভক্তিৰেআপ্লুত কৰি "হিন্দু সমাজ আৰু ভাৰত মাতা"ৰ সেৱাত অৰ্পণ কৰাই বজৰংগ দল'ৰ মূল লক্ষ্য আৰু উদেশ্য ।৪/ ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু জাতীয় অস্তিত্বৰ প্ৰতিৰক্ষা আমাৰ মুখ্য উদ্দেশ্য ।�

12/05/2023
12/05/2023
বিশ্ব হিন্দু পৰিষদৰ,বজৰংগ দলৰ গুৱাহাটী মহানগৰ জিলাৰ পূৰ্বৰ সংযোজক, আৰু বৰ্তমান বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ ...
04/03/2023

বিশ্ব হিন্দু পৰিষদৰ,বজৰংগ দলৰ গুৱাহাটী মহানগৰ জিলাৰ পূৰ্বৰ সংযোজক, আৰু বৰ্তমান বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰ জিলাৰ সহ:সম্পাদক #প্ৰসেনজিত_নাহাৰ আকস্মিক বিয়োগত অতিকৈ মৰ্মাহত হৈছোঁ, প্ৰসেনজিত দাৰ আত্মাৰ শান্তি বাবে ভগবানৰ ওচৰত বিশ্ব হিন্দু পৰিষদ বজৰংগ দল উত্তৰ-পূৱ প্ৰান্তৰ পৰা প্ৰাৰ্থনা জনালোঁ 🙏 লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো 🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏

বিশ্ব হিন্দু পৰিষদ উত্তৰ পূৰ্ৱ প্ৰান্তৰ এগৰাকী অভিভাৱক স্বৰূপ তথা প্ৰান্তীয় গৌ ৰক্ষা প্ৰমুখৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব ...
02/03/2023

বিশ্ব হিন্দু পৰিষদ উত্তৰ পূৰ্ৱ প্ৰান্তৰ এগৰাকী অভিভাৱক স্বৰূপ তথা প্ৰান্তীয় গৌ ৰক্ষা প্ৰমুখৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা মহাবীৰ জি বাজাজ দেৱৰ মহাপ্ৰয়াণ 😭 তেখেতৰ নশ্বৰ দেহত গেৰুৱা বস্ত্ৰৰে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয় ৷🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏
🕉️ শান্তি 🙏

11/01/2023
11/01/2023
11/01/2023

Desh ka bal Bajrang dal 🚩💪🔱

11/01/2023

ইয়াতকৈ ভয়ানক পৰিস্থিতি হব পাৰে যদি সম্ভূ কৈৰীয়ে ন্যায় নাপায়।। ধৰ্মই আমাক শিকাইছে পৰিস্থিতি সাপেক্ষে অস্ত্ৰ হাতত তুলি লবলৈ
গতিকে বাধ্য নকৰে যাতে বজৰংগ দল ক।।
দেশৰ শক্তি বজৰংগ দল 💪💪💪
জয় শ্রী ৰাম 🚩🚩🚩

22/09/2022
বন্দে মাতৰম 🇮🇳
01/08/2022

বন্দে মাতৰম 🇮🇳

Address

Borthakhur Mill Road, Ulubari
Guwahati
781007

Alerts

Be the first to know and let us send you an email when Bajrang Dal-Uttar Purva Prant posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share