Haricharan hindu fens club

Haricharan hindu fens club 🚩🚩Vishwa hindu parisad /Bajrang Dal North Kamrup (Assam)🚩🚩

21/05/2026
🚩কমলপুৰত  আকৌ এবাৰ পদুম ফুলিব উন্নয়নৰ পোহৰেৰে চৌদিশ আলোকময় হ'বআজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত  কমলপুৰ সমষ্টিৰ ৰাইজ...
11/04/2026

🚩কমলপুৰত আকৌ এবাৰ পদুম ফুলিব
উন্নয়নৰ পোহৰেৰে চৌদিশ আলোকময় হ'ব

আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কমলপুৰ সমষ্টিৰ ৰাইজৰ অফুৰন্ত মৰম, আশীৰ্বাদ আৰু সমৰ্থনে দিগন্ত কলিতা দাৰ লগোতে মুকো অভিভূত কৰি তুলিলে। এনডিএ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী শ্ৰী দিগন্ত কলিতা ডাঙৰীয়াৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাওঁতে দেখা পোৱা এই বিপুল সঁহাৰিয়ে স্পষ্টকৈ প্ৰতিফলিত কৰিছে-- মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে শ্ৰী দিগন্ত কলিতা সমৃদ্ধিৰ পথত নৱৰূপত আগবাঢ়িবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে।

এই যাত্ৰাত প্ৰতিজন কাৰ্যকৰ্তা, সমৰ্থকৰ অক্লান্ত পৰিশ্ৰম আৰু শ্ৰদ্ধাৰ ৰাইজৰ আস্থা, আশীৰ্বাদেই দাদাৰ শক্তি অৰু সাহস।

বিকশিত আৰু সমৃদ্ধিশালী কমলপুৰ সমষ্টি গঢ় দিয়াৰ লক্ষ্যৰে অহা ৯ এপ্ৰিলত পদুম ফুলৰ চিনত ভোট দি শ্ৰী দিগন্ত কলিতা ডাঙৰীয়াক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনালোঁ 🙏

जिनको श्रीराम का वरदान है, गदा धारी जिनकी शान है, बजरंगी जिनकी पहचान है, संकटमोचन वो हनुमान है।’हनुमान जन्मोत्सव की हार्...
02/04/2026

जिनको श्रीराम का वरदान है, गदा धारी जिनकी शान है, बजरंगी जिनकी पहचान है, संकटमोचन वो हनुमान है।

’हनुमान जन्मोत्सव की हार्दिक शुभकामनाएं!🚩🚩🚩🚩

एक्स मुस्लिम सलीम भाई के ऊपर हमला करने वाले जिहादी जीशान के बाद उसका बड़ा भाई जिहादी गुलफाम भी 72 हूरों के पास रवाना और ...
03/03/2026

एक्स मुस्लिम सलीम भाई के ऊपर हमला करने वाले जिहादी जीशान के बाद उसका बड़ा भाई जिहादी गुलफाम भी 72 हूरों के पास रवाना
और भी लोग के नाम सामने आए हैं पुलिस जांच कर रही है
और भी गुड न्यूज जल्दी मिलेगी 🙏
धन्यवाद योगी जी और यू पी पुलिस
🚩🚩Jai shri Ram 🚩🚩

26/01/2026

Celebrating the 77th Republic Day with pride and the spirit of Bharat 🇮🇳

Address

Balikuchi, Kamrup
Gauhati
781381

Website

Alerts

Be the first to know and let us send you an email when Haricharan hindu fens club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share